Chapter 3
Class 11 Education
বিদ্যালয় আৰু ইয়াৰ সংগঠন
A) Very Short Type Question:
1। UGC ৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত ?
উত্তৰঃ UGC ৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীত অৱস্থিত ।
2। DILET ৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰঃ DILET ৰ সম্পূৰ্ণ অৰ্থ হল – জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠান । ( District lnstitute of Education and Training )
3। NCERT শব্দ-সংক্ষেপৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰঃ NCERT শব্দ-সংক্ষেপৰ সম্পূৰ্ণ অৰ্থ হল – ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ ( National Council of Educational Research and Training ) .
4. NCERT প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত ?
উত্তৰঃ NCERT প্ৰধান কাৰ্যালয় নতুন দিল্লীত অৱস্থিত ।
5। SCERT ৰ সম্পৰ্ণ অৰ্থ কি ?
উত্তৰঃ SCERT ৰ সম্পৰ্ণ অৰ্থ হল – ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ ( State Council of Educational Research and Training ) .
6। UNESCO ৰ সম্পূৰ্ণ ৰূপ কি ?
উত্তৰঃUNESCO ৰ সম্পূৰ্ণ ৰূপ হল – United Nations Educational, Scientific And Cultural Organization .
7। U.G.C ৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰঃU.G.C ৰ সম্পূৰ্ণ অৰ্থ হল – বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grants Commission )
8। CD-ROM বুলিলে কি বুজা ?
উত্তৰঃ CD-ROM সম্পূৰ্ণ ৰূপটো হ’ল কম্পেক্ট ডিক্স ৰিড অনলী মেম’ৰী ( compact disc- Read Only Memory ) . চি ডি ৰোম হৈছে এক বৃহৎ সংখ্যক সূচনা বা তথ্য সংৰক্ষণ ব্যবস্থা । কম্পিউটাৰত তথ্যপাতি সংৰক্ষিত কৰি ৰাখিবৰ বাবে সৰ্বাধুনিক আৰু সৰ্বশ্ৰেষ্ঠ মাধ্যম হল চি ডি ৰোম । ইয়াৰ তথ্য সংৰক্ষণৰ ক্ষমতা বেছি ।
9। IGNOU ৰ সম্পূৰ্ণ ৰূপ কি ?
উত্তৰঃ
10। U.G.C. মানে কি ?
উত্তৰঃ
B) Short Type Question:
1। জাতিৰ সমগঠক হিচাপে শিক্ষকৰ ভূমিকা চমুকৈ লিখা ।
( এই প্ৰশ্নটো 2001 চনত আহিছিল)
উত্তৰঃ
2। শিক্ষকৰ গুণাৱলী কি কি ?
( এই প্ৰশ্নটো 2000, 2009 চনত আহিছিল
উত্তৰঃ
3। শিক্ষকৰ ব্যক্তিত্ৱৰ সম্বন্ধে লিখা ।
( এই প্ৰশ্নটো 2001 চনত আহিছিল)
উত্তৰঃ
4। বিদ্যালয়ৰ তিনিটা মানৱ সম্পদ কি কি ?
( এই প্ৰশ্নটো 2001, 2008, 2010 চনত আহিছিল)
উত্তৰঃ
5। UGC গঠনৰ দুটা উদ্দেশ্য লিখা ।
( এই প্ৰশ্নটো 2019 চনত আহিছিল)
উত্তৰঃ
6। এখন আদৰ্শ বিদ্যলয়ৰ গৃহ নিৰ্মাণৰ পৰিকল্পনা সম্বন্ধে চমুকৈ লিখা ।
( এই প্ৰশ্নটো 2001 চনত আহিছিল)
উত্তৰঃ
7। শিক্ষকৰ শিক্ষাগত যোগ্যতা অতি চমুকৈ আলোচনা কৰা ।
( এই প্ৰশ্নটো 2001 চনত আহিছিল)
উত্তৰঃ
8। শিক্ষকৰ কৰ্তব্য সমূহ কি কি ?
( এই প্ৰশ্নটো 2000 চনত আহিছিল)
উত্তৰঃ
9। গাঁৱৰ বিদ্যালয়ৰ স্থান নিৰ্বাচনৰ দুটা প্ৰক্ৰিয়া লিখা ।
( এই প্ৰশ্নটো 2001আৰু 2010 চনত আহিছিল)
উত্তৰঃ
10। শিক্ষকৰ ৰসিকতাবোধ বুলিলে কি বুজা ?
( এই প্ৰশ্নটো 2000 চনত আহিছিল)
উত্তৰঃ
11। সহঃ পাঠ্যক্ৰমৰ উপযোগিতা সম্বন্ধে লিখা ।
( এই প্ৰশ্নটো 2000 চনত আহিছিল)
উত্তৰঃ
12। পাঠ্যক্ৰম ৰচনা কৰাৰ যিকোনো চাৰিটা নীতি উল্লেখ কৰা ।
( এই প্ৰশ্নটো 2004 আৰু 2009 চনত আহিছিল)
উত্তৰঃ
13। স্কুল প্ৰকল্প বাবে প্ৰয়োজন হোৱা যিকোনো তিনিটা সঁজুলিৰ নাম লিখা ।
( এই প্ৰশ্নটো 2006 চনত আহিছিল)
উত্তৰঃ
14। শিক্ষকৰ কাৰ্যাৱলী সম্বন্ধে কেইশাৰীমান লিখা ।
(এই প্ৰশ্নটো 2001 চনত আহিছিল)
উত্তৰঃ
15। শৈক্ষিক গুৰিয়াল স্বৰূপে এজন প্ৰধান শিক্ষকৰ কাৰ্যাৱলী তিনিটা উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2007 চনত আহিছিল)
উত্তৰঃ
16। শ্ৰেণীকক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয় । কথাষাৰ কোনে কৈছিল ?
( এই প্ৰশ্নটো 2007 চনত আহিছিল)
উত্তৰঃ
17। বিদ্যালয় প্ৰকল্প স্থাপন কৰিবলৈ মাটি নিৰ্বাচন কৰোতে প্ৰয়োজনীয় কথা তিনিটা উল্লেখ কৰা ।
( এই প্ৰশ্নটো 2005 আৰু 2007 চনত আহিছিল)
উত্তৰঃ
18. শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ বন্ধুত্বভাব সম্বন্ধে লিখা ।
( এই প্ৰশ্নটো 2000 চনত আহিছিল)
উত্তৰঃ
19। যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম উল্লেখ কৰা ।
( এই প্ৰশ্নটো 2006 চনত আহিছিল)
উত্তৰঃ
20। এখন বিদ্যালয়ৰ চাৰিটা বৈষয়িক সম্পদৰ নাম লিখা।
( এই প্ৰশ্নটো 2002 আৰু 2009 চনত আহিছিল)
উত্তৰঃ
21। SCERT ৰ দুটা কাৰ্যাৱলী উল্লেখ কৰা ।
( এই প্ৰশ্নটো 2009 চনত আহিছিল)
উত্তৰঃ
22। ক্ৰিয়া-কেন্দ্ৰিক পাঠ্যক্ৰমৰ বিষয়ে চমুকৈ লিখা ।
( এই প্ৰশ্নটো 2007 চনত আহিছিল)
উত্তৰঃ
23। মানৱ সম্পদ বিকাশ সাধন শিক্ষাৰ লক্ষ্য স্বৰূপে ব্যাখ্যা কৰা ।
( এই প্ৰশ্নটো 2010 চনত আহিছিল)
উত্তৰঃ
24। পাঠ্যকম ৰচনাৰ দুটা নীতি লিখা।
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ
25। ক্ৰিয়াভিত্তিক পাঠ্যকম বুলিলে কি বুজা ?
( এই প্ৰশ্নটো 2019 চনত আহিছিল )
উত্তৰঃ
26। ইন্টাৰনেট কি ?
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ
27। প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ তিনিটা বৈশিষ্ট্য লিখা।
( এই প্ৰশ্নটো 2010 চনত আহিছিল )
উত্তৰঃ
28। SCERT-ৰ দুটা কাৰ্য লিখা।
( এইপ্ৰশ্নটো 2017 চনত আহিছিল )
উত্তৰঃ
29। বৰ্তমান সময়ৰ পাঠ্যক্ৰমৰ দুটা আঁসোৱহ উল্লেখ কৰা।
( এই প্ৰশ্নটো 2010 আৰু 2018 চনত আহিছিল )
উত্তৰঃ
30। নতুন সামাজিক পটভূমিত শিক্ষকৰ সন্মুখত আহি পোৱা দুটা প্ৰত্যাহবান উল্লেখ কৰা।
( এই প্ৰশ্নটো 2019 চনত আহিছিল )
উত্তৰঃ
31। শিক্ষকক কিদৰে শিক্ষাৰ এজন সুচলকাৰী স্বৰূপে বৰ্ণনা কৰিব পাৰি ?
( এই প্ৰশ্নটো 2010 চনত আহিছিল )
উত্তৰঃ
32। ৱেছ ছাইট কি ?
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ
33। NCERT- ৰ দুটা প্ৰধান কাৰ্য উল্লেখ কৰা।
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ
34। কম্পিউটাৰৰ দুটা প্ৰধান অংশৰ নাম উল্লেখ কৰা।
( এই প্ৰশ্নটো 2017 চনত আহিছিল )
উত্তৰঃ
35। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ চাৰিটা কাৰ্যাৱলী উল্লেখ কৰা।
উত্তৰঃ
36। UNESCO ৰ যিকোনো চাৰিটা কাৰ্যাৱলী বিষয়ে লিখা।
উত্তৰঃ
37। কম্পিউটাৰৰ তিনিটা শিক্ষামূলক সুবিধা উল্লখ কৰা।
উত্তৰঃ
B. Essay Type Questions:
1। অভিৰোচক হিচাপে শিক্ষকে পালক কৰিব লগা প্ৰধান ভূমিকাসমূহৰ বিষয়ো এটি টোকা লিখা।
( এই প্ৰশ্নটো 2019 চলত আহিছিল )
উত্তৰঃ
2। স্কুল এখনৰ মানৱ সম্পদ তিনিটা কি কি ? শিক্ষক এজনৰ চাাৰিটা জন্মগত গুণৰ বিষয়ে লিখা।
( এই প্ৰশ্নটো 2004 চনত আহিছিল )
উত্তৰঃ
3। পাঠ্যকম কি ? পাঠ্যকমৰ ঠেক আৰু বহল অৰ্থ বিষয়ে লিখা।
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ
4 এখন বিদ্যালয় সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ চাৰিটা সুফল উল্লেখ কৰা।
( এই প্ৰশ্নটো 2017 চনত আহিছিল )
উত্তৰঃ
5। ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ চাৰিটা প্ৰধান কাৰ্য লিখা।
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰঃ
6। সামাজিক অনুষ্ঠৈান হিচাপে বিদ্যালয়ৰ ভূমিকা আলোনা কৰা।
( এই প্ৰশ্নটো 2000 চনত আহিছিল )
উত্তৰঃ
7। মনত শুদ্ধ ধাৰণা গঢ়ি তুলিবৰ বাবে এজন শিক্ষকে গ্ৰহণ কৰা পাঁচটা ব্যৱস্থা কৰা।
( এই প্ৰশ্নটো 2009 চনত আহিছিল )
উত্তৰঃ
8. কম্পিউটাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰঃ
9। সহ- পাঠ্য ক্ৰমিক কাৰ্যাৱলী মানে কি বুজা ? চাৰি প্ৰকাৰৰ সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা।
( এই প্ৰশ্নটো 2019 চন আহিছিল )
উত্তৰঃ
10। আৰ্দশ শিক্ষক এজনৰ পাঁচটা গুণ উল্লেখ কৰা।
( এই প্ৰশ্নটো 2006 চনত আহিছিল )
উত্তৰঃ
11। বিদ্যালয় প্ৰতিষ্ঠান কি ? বিদ্যলয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদৰ ওপৰত এটি চমু টোকা লিখা।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ
12। ই-মেইলৰ চাৰিটা সুবিধা লিখা।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ
13। সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ পাঁচটা প্ৰকাৰ উল্লেখ কৰা ? সহ- পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ চাৰি / পাঁচটা সুবিধা উল্লেখ কৰা।
( এই প্ৰশ্নটো 2005, 2007, 2008 আৰু 2010 চনত আহিছিল।
উত্তৰঃ
14। এজন ভাল শিক্ষকৰ গুণসমূহ আলোচনা কৰা।
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰঃ
15। সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ দুটা প্ৰধান উদ্দেশ্য চমুকৈ ব্যাখ্যা কৰা।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ
16। পাঠ্যক্ৰম ৰচনাৰ ছয়টা প্ৰধান নীতি আলোচনা কৰা।
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰঃ
17। এজন ভাল শিক্ষকৰ ছয়টা বৃত্তিমূলক বা পেছাগত গুণ দাঙি ধৰে।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ
18। পাঠ্যক্ৰমৰ ৰচনাৰ চাৰিটা নীতি উল্লেখ কৰা।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰঃ
19. পুৰণি লেটিন ভাষাৰ কোনটো শব্দ পৰা উৎপত্তি হৈছে ?
( এই প্ৰশ্নটো 2008 চনত আহিছিল )
উত্তৰঃ-
20। বিদ্যালয় পৰিৱেশত সাধাৰণতে পালন কৰা সহ- পাঠ্যমিক কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা।
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰঃ
21। স্কুলত এজন শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ ক কি ?
উত্তৰঃ
22। সমাজৰ প্ৰতি থকা শিক্ষক এজনৰ দায়িত্ব আৰু কৰ্তব্যসমূহৰ আলোচনা কৰা।
উত্তৰঃ
23। সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ছয়টা শৈক্ষিক ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ
24। স্কুলৰ বৈষয়িক অৱস্থা বুলিলে ক বুজা ? এই ক্ষেত্ৰত স্কুল প্ৰতিষ্ঠাপকবোৰে কোনবোৰ কথা মনত ৰখা উচিত ?
উত্তৰঃ
25। পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া। পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া। পাঠ্যক্ৰম প্ৰস্তুতিৰ ছয়টা নীতি উল্লেখ কৰা।
উত্তৰঃ