পাহাৰৰ ওপৰত যিকোনো বস্তু ৰান্ধিবলৈ বেছি সময় লাগে কিয়?

উঃ পাহাৰীয়া ঠাইত বতাহৰ চাপ তুলনামূলকভাৱে কম। সেয়ে ৰান্ধিবলৈ যে সময় লাগে।