ড° বাণীকান্ত কাকতিয়ে উল্লেখ কৰা নামঘোষাত থকা ভাবৰ তিনিটা ধাৰা কি কি ?

উত্তৰঃ পুণ্য়শ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তি মাহাত্ম্য় ।