চন্দ্ৰৰ কলংক বুলিলে কি বুজা যায়?

উঃ চন্দ্ৰত শুকাই যোৱা সাগৰৰ দ ঠাই আৰু আগ্নেয় পৰ্বতৰ জ্বালামূখবিলাকৰ অন্ধকাৰ দেখা যায়।এইবোৰেই হ’লে চন্দ্ৰৰ কলংক।