কাৰ্বিসকলে কেতিয়া আৰু কি উৎসৱৰ পিছত বসন্তোৎসৱ পাতে ?

উত্তৰঃ কাৰ্বিসকলে ধান খেতি চপোৱাৰ উৎসৱ ‘চককেৰই’ৰ পিছত বসন্ট ঋতুতু ‘চজুন’ নামৰ এটা ঘৰুৱা পূজাৰ বসন্তোৎসৱ পাতে ।