ক’লা ৰং কেতিয়া দেখি?

উঃ কোনো পদাৰ্থৰ পৰা কোনো ৰং প্ৰতিফলিত হৈ নাহিলেই ক’লা ৰং দেখা পোৱা যায়।