অৰণ্য়ত দীপু
উত্তৰ দিয়া—-
১। দীপু কিয় অৰণ্য়ত সোমাল ?
উত্তৰঃ- শহা-পহুটো পাছে পাছে দৌৰি যাওঁতে দীপুয়ে অৰণ্য়ত সোমাল।
২। দীপুৱে অৰণ্য়ত কাক কাক লগ পালে ?
উত্তৰঃ- শহা-পহা,ধনেশ পক্ষী,কণামুচৰি, পানী কাউৰী, শৰালি, হৰিণা আদি দেখা পালে।
৩। ধনেশ পক্ষীয়ে দীপুক কি ক’লে ?
উত্তৰঃ- ভয় নকৰিবা, তুমি মোৰ লগত গছৰ ওপৰতে থাকিব পাৰিবা।
৪। জলাশয়টোত দীপুৱে কি কি চৰাই দেখা পালে ?
উত্তৰঃ- কণামুচৰি, পানী কাউৰী, শৰালি, হৰিণা আদি চৰাই দেখা পালে।
৫। হৰিণাৰ কথামতে অৰণ্য়ত থকা হ’লে দীপুৱে কাক কাক লগ পালেহেঁতেন ?
উত্তৰঃ- শহা-পহু, কেঁটেলা-পহু, সুগৰী পহু, গাহৰি আদি লগ পালেহেঁতেন ।
৬। অৰণ্য়ৰ পৰা উভতি যাব খোজোঁতে দীপুৱে কাক লগ পালে ?
উত্তৰঃ-গাঁৱৰে বলভদ্ৰ ককাকক লগ পালে ।
TYP BY ASHIM BORA