ৰাজপথ নামৰ কবিতাটোত কবিয়ে দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী কুৰী শতিকাৰ চল্লিশৰ দশকৰ আধুনিক যুগৰ সময়খিনিৰ বাস্তৱ চিত্ৰ অংকণ কৰিছে। ৰাজপথৰ বুকুৰ ওপৰেদি বহুতো ট্ৰাম, বাছ, টেস্কি, ৰিস্কাবোৰ চলি থাকে।
Question and Answer Solution