ভাৰতবৰ্ষ এখন বহু ভাষা-ভাষী আৰু কি সম্প্ৰদায়ৰ সমাজ?

উত্তৰঃ ভাৰতবৰ্ষ এখন বহু ভাষা-ভাষী আৰু ধৰ্ম-সম্প্ৰদায়ৰ সমাজ।