প্লাষ্টিক ছাৰ্জাৰি কি?

ধৰণৰ সিকিৎসা বা অস্ত্ৰোপচাৰ যাৰ দ্বাৰা দেহৰ কোনো অস্বাভাৱিক বিকৃত অংগক স্বাভাৱিক আৰু সংগঠিত কৰা হয়। বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা দেহৰ সুস্থ আৰু সজীৱ মাংসপেপেশী আৰু ছাল কাটি পুণৰ বেলেগ অংশত সংযোজিত কৰা হয়.