নাটক কাক বোলে ? নাটক উপাদাসমুহ কি কি লিখা ?

একোখন নাটকৰ গঠন প্ৰণালীৰ কেইটামান বিশিষ্ট উপাদান আছে। সেইবোৰ হ’ল আখ্যান, ঘটনা বা কাৰ্য, চৰিত্ৰ, সংলাপ, পৰিবেশন সৃষ্টি আৰু নাট্যকাৰৰ জীৱন দর্শন। আখ্যান বা কাহিনী আখ্যানেই হ’ল নাটকৰ আধাৰভূমি।