এখন দেশৰ শিক্ষাৰ মানদণ্ড সেই দেশৰ শিক্ষকৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ এখন দেশৰ শিক্ষাৰ মানদণ্ড সেই দেশৰ শিক্ষকৰ শিক্ষাদানৰ ওপৰত নিৰ্ভৰ কৰে ।