শক্তিৰ চাৰিটা বিকল্প উৎসৰ নাম কি ?

(i) জোৱাৰ শক্তিৰ আহৰণৰ বাবে সমুদ্ৰ-তীৰত বান্ধ নিৰ্মাণ কৰিবলৈ উপযুক্ত স্থান সীমিত। (ii) যিবিলাক অঞ্চলত মহাসাগৰৰ ঢৌবোৰ অতি শক্তিশালী তেনে অঞ্চলতহে তৰংগ শক্তি আহৰণ কৰিব পাৰি।