মানৱ দেহত সৰ্বাধিক পৰিমাণে থকা খনিজ পদাৰ্থ কি?

উত্তৰঃ মানৱ দেহত সৰ্বাধিক পৰিমাণে থকা খনিজ পদাৰ্থ হ’ল কেলছিয়াম।