জৈৱ গেছ কি ? উদাহৰণ দিয়া ?

জৈৱ গেছ প্ৰস্ততকৰণৰ  বাবে জৈৱ পদাৰ্থসমূহক কিছুমান বিশেষ অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা বায়ুৰ অনুপস্থিতিত পচন ঘটিবলৈ দিয়া হয়। জৈৱ গেছ প্ৰধানকৈ মিথেন (CH4), কাৰ্বণ-ডাই-অক্সাইড (CO2) , কম পৰিমাণৰ হাইড্ৰ’জেন ছালফাইড আৰু জলীয় বাস্পৰ মিশ্ৰণ।