‘কুশল কোঁৱৰ’ নাটকৰ দাৰোগাজনৰ নাম কি ?

কুশল কোঁৱৰ আছিল অসমৰ এজন স্বাধীনতা বিপ্লৱী। নাট্যকাৰ উত্তম বৰুৱাই ৰচনা কৰা ‘কুশল কোঁৱৰ’ নামৰ নাটকখনৰ প্রধান চৰিত্ৰ হৈছে কুশল কোৱাৰ। নাটক্যকাৰে কুশল কোঁৱৰক এজন প্রকৃত স্বদেশপ্রেমিক,গান্ধীবাদী আদর্শ বিপ্লৱী হিচাপে চিত্রিত কৰিছে। ল’ৰালি কালৰ পৰাই কুশল কোঁৱৰ অতি সাহসী আৰু স্পষ্টবাদী আছিল।