কুশল কোঁৱৰ কোন ?

কুশল কোঁৱৰ হ’ল ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ।