কিহৰ অভাৱত শিশুৰ ক্ৰিটিনিজম ৰোগ হ’ব পাৰে?

উত্তৰঃ থাইৰক্সিনৰ অভাৱত শিশুৰ ক্ৰিটিনিজম ৰোগ হ’ব পাৰে।