এলোপেথি াৰু হোমিওপেথি মাজত পাৰ্থক্য় কি?

উত্তৰঃ জীৱদেহত যিবিলাক বেমাৰৰ লক্ষণ দেকা যায় তাৰ বিপৰাত যুক্ত লক্ষণৰ বেমাৰৰ সোই ঔষধ প্ৰয়োগ ক্ৰিয়াকে ওলেপেথি কোৱা হয়। আনহাতে হোমিওপেথিৰ প্ৰধান নীতি হ’ল বিষৰে বিষ উপশম।