অসম চুক্তিৰ পিছতে অসমত কোন দলে চৰকাৰ গঠন কৰিছিল ?

উত্তৰঃ অসম চুক্তিৰ পিছতে অসমত অসম গণ পৰিষদ দলে চৰকাৰ গঠন কৰিছিল ।