অণ্ডাশয় আৰু ডিম্বাশায়ৰ পৰা নিঃসৰিত হৰম’নক যৌন হাৰম’ন বোলে। ডিম্বাশয়ে স্ত্ৰী হৰম’ন বা ইষ্ট্ৰ’জেন আৰু অণ্ডাশয়ে পুংহৰম’ন বা টেষ্ট’ষ্টেৰন নিঃসৰণ কৰে। সেইবাবে এইবোৰক যৌন হৰম’ন বোলে।
Question and Answer Solution