মানৱ দেহত অন্ত্ৰৰ ভিতৰৰ এক্সৰে ছবি তোলাৰ আগতে বেৰিয়াম কিয় খুওৱা হয়?

উত্তৰঃ ক্ষুদ্ৰ তৰংগ দৈৰ্ঘ্য়ৰ এক্স ৰশ্মিয়ে বৰিয়ামক ভেদ কৰিব নোৱাৰে। ফলত অন্ত্ৰত কোনো ক্ষত তাকিলে তাৰ ছবি উঠি যায়।