বিটামিন ডি’ৰ অভাৱ হ’লে দেহত কি ৰোগ হয়?

উত্তৰঃ বিটামিন ডি’ৰ অভাৱ হ’লে দেহত ৰিকেটচ (Rickets) ৰোগ হয়।