কুশল কোঁৱৰ নাটকৰ পটভূমি কি ?

‘কুশল কোঁৱৰ’ নামৰ নাটকখনৰ প্রধান চৰিত্ৰ হৈছে কুশল কোৱাৰ। নাটক্যকাৰে কুশল কোঁৱৰক এজন প্রকৃত স্বদেশপ্রেমিক,গান্ধীবাদী আদর্শ বিপ্লৱী হিচাপে চিত্রিত কৰিছে। ল’ৰালি কালৰ পৰাই কুশল কোঁৱৰ অতি সাহসী আৰু স্পষ্টবাদী আছিল।