একোজন অভিজ্ঞ আৰু দক্ষ শিক্ষকে শিক্ষাৰ্থীৰ জীৱনত প্ৰকৃত কি জগাই তুলিব পাৰে?

উত্তৰঃ একোজন অভিজ্ঞ আৰু দক্ষ শিক্ষকে শিক্ষাৰ্থীৰ জীৱনত প্ৰকৃত মূল্য় জগাই তুলিব পাৰে।