অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী কোন আছিল ?

উত্তৰঃ অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল ৰাজীৱ গান্ধী ।