ৰেডিঅ’ত কেনেকৈ বহুত দূৰৰ কাথ শুনা যায়?

উত্তৰঃ মানুবৰ কথা আৰু বিদ্য়ুৎ শক্তিলৈ ৰূপান্তৰিত কৰি তাক দূৰ-দূূৰণিলৈ পঠিওৱা হয়। ৰেডিঅ’ৰ গ্ৰাহক যন্ত্ৰই সেই বিদ্য়ুৎ শক্তিক পুনৰ কথা বা শব্দলৈ ৰূপান্তৰ কৰে। এনেদৰে আমি ৰেডিঅ’ত দূৰ দূৰণিৰ কথা শুনো।