ৰাজহুৱা খণ্ড বুলিলে কি বুজা ?

ৰাজহুৱা কৰ্তৃত্ব অৰ্থাৎ চৰকাৰ বা ৰাষ্ট্ৰঃ আৰু ৰাজ্যৰ মালিকীস্বত্ব নিয়ন্ত্ৰণ আৰু পৰিচালনা অধীনস্থ ব্যৱসায় খণ্ডক ৰাজহুৱা খণ্ড বোলা হয় ।