১৯৩০ চনত আটলাণ্টিক মাহাসাগৰ পৰা হ’বলৈ গৈ যোগযোগৰ ব্য়ৱস্থাৰ বাবে গেছ বেলুন ব্য়ৱহাৰ কৰিছিল। সেই গেছ বেলুনত কি গেছ ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ ১৯৩০ চনত আটলাণ্টিক মাহাসাগৰ পৰা হ’বলৈ গৈ যোগযোগৰ ব্য়ৱস্থাৰ বাবে গেছ বেলুন ব্য়ৱহাৰ কৰিছিল। সেই গেছ বেলুনত হাইড্ৰ’জেন গেছ ব্য়ৱহাৰ কৰিছিল।