হৰ্ছ পাৱাৰ (Horse-Power) মানে কি? কোনে আৰু কিয় এই হৰ্ছ পাৱাৰ নাম ৰাখিলে?

উত্তৰঃ বৈদ্য়ুতিক শক্তিক জুখিবলৈ ব্য়ৱহাৰ কৰা এটা একক। ১৮ শতিকাৰ জেমছ ৱাট নামৰ বিজ্ঞানী এজনেএই নামে বিদ্য়ুৎ শক্তিক জুখিবলৈ ব্য়ৱাহাৰ কৰিছিল। সেই সময়ত ঘোঁৰাক শক্তিৰ আধাৰ হিচাপে ব্য়ৱহাৰ কৰিছিল। জেমছ ৱাটে নিৰ্দ্ধাৰক কৰিছিল যে এটা শক্তিশলী ঘোঁৰাই প্ৰতি মিনিটত ৩২,৪০০ ফুট পাউণ্ড কাম কৰিব পাৰে।