সৰ্বশিক্ষা আঁচনিত কি শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে?

উত্তৰঃ সৰ্বশিক্ষা আঁচনিত নাৰী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।