সৌৰ শক্তিৰ সংযুক্তি লিখা ?

নৱীকৰণযোগ্য অন্যতম শক্তি হৈছে সৌৰশক্তি, ইয়াৰ উৎস হৈছে সূৰ্য। সূৰ্যৰ দ্বাৰা বিকিৰণ হোৱা ফ’টন কণাক সৌৰকোষ নামৰ আৰ্হিৰ দ্বাৰা আবদ্ব কৰি নিৰ্দিষ্ট পদ্বতিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়।