সূৰ্যৰ পোহৰ আহি পৃথিৱীত পৰোতে কিমান সময় লাগে?

উত্তৰঃ সূৰ্যৰ পোহৰ আহি পৃথিৱীত পৰোতে ৮ মিনিত ১৮ ছেকেণ্ড সময় লাগে।