শিক্ষাই ব্য়ক্তিক চৰিত্ৰবান আৰু কি কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰে?

উত্তৰঃ শিক্ষাই ব্য়ক্তিক চৰিত্ৰবান আৰু সংস্কৃতিবান কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰে।