মালিতাক গীতিবেঞ্জক কাহিনী বা কাহিনী জড়িত গীত দুয়োটাই আখ্যা দিব পাৰি। মালিতাৰ প্ৰাথমিক লক্ষণ গীতিধৰ্মিতা। মালিতাৰ বিষয়বস্তুৰ ধাৰাবাহিকতা ৰক্ষা কৰা হয়। গীতিধৰ্মিতাই মালিতাৰ মুখ্য লক্ষণ হ’লেও কাহিনী অবিহনে মালিতা হ’ব নোৱাৰে।
Question and Answer Solution