বিশ্ববেংকৰ মূল উদ্দেশ্য(১) যুদ্ধ বিধ্বস্ত অৰ্থনীতিসমূহৰ পুনৰ গঠন। (২) অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নত সাহায্য প্ৰদান। (৩) সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক বাণিজ্যৰ দীৰ্ঘস্থায়ী সমতাপূৰ্ণ বৃদ্ধি আৰু ভাৰসাম্য ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ। (৪) ব্যক্তিগত বৈদেশিক বিনিয়োগৰ ওপৰত গুৰুত্ব প্ৰদান।