বিখ্যাত বিজ্ঞানী মেডাম কুৰীৰ কেতিয়া জন্ম আৰু তেওঁ কিহৰ বাবে নোবেল বঁটা পাইছিল?

উত্তৰঃ মেডাম কুৰীৰ জন্ম ১৮৬৭ চনত। তেওঁ পোলেণ্ডৰ বিজ্ঞানী আছিল। পদাৰ্থৰ তেজস্ক্রিয়তা আৱিষ্কাৰ কৰি প্ৰথমতে যুগ্মভাৱে ১৯০৩ চনত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা পায়। তাৰ পাছত আকৌ ১৯১১ চনত ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে। এই মহান বিজ্ঞানীগৰাকীৰ মৃত্যু ১৯৩৪ চনত হয়।