বায়ু মাধ্যমত বিমান চলাচলৰ বিষয়ক বৈজ্ঞানিক পৰিভাষাত কি কয়?

উত্তৰঃ বায়ু মাধ্যমত বিমান চলাচলৰ বিষয়ক বৈজ্ঞানিক পৰিভাষাত এৰোডাইনেমিক্স (Aerodynamics) বুলি কয়।