বর্ণালী কি?

উত্তৰঃ আলোক ৰশ্মি প্রিজমৰ ভিতৰেদি প্রতিসৰিত হ’লে ৰামধেনুৰ দৰে সাতটা দৃশ্যমান আলোকত বিভক্ত আলোক ৰশ্মিৰ সমষ্টিক বৰ্ণালী বুলি কোৱা হয়।