বগা কাপোৰত নীলা দিলে সেই কাপোৰ আৰু বেছি বগা দখা যায় কিয়?

উত্তৰঃ কাপোৰক বগা কৰাত নীলৰ কোনো ভূমিকা নাই প্ৰকৃততে নীলে সূৰ্য্য় আতি বেঙুনীয়া দৃশ্য় পোহৰলৈ ৰূপান্তিত কৰে। সেয়ে কাপোৰত নীল দিয়াৰ ফলত যিবোৰ নীল কাপোৰৰ আঁহত লাহি থাকে তাৰ পৰা বেছি পৰিমাণৰ পোহৰ প্ৰতিফলিত হয়; সেই কাৰণে কাপোৰক বেছি উজ্জ্বল দেখা যায়।