নিম্ন তাপমাত্ৰা জোখাৰ বাবে পাৰা কিয় ব্য়ৱহাৰ কৰা নাহয়?

উত্তৰঃ যিহেতু পাৰা-৩৯ ডিগ্ৰী ছে.গ্ৰে.ৰ পিছত গোট মাৰি যায় আৰু নিম্ন তাপমাত্ৰাত পাৰা সমানমাভাৱে সম্প্ৰসাৰিত নহয়।