নিউট্রন কি?

উত্তৰঃ পৰমাণু কেন্দ্ৰ বা নিউক্লিয়াছত থকা বৈদ্যুতিকভাৱে নিৰপেক্ষ এবিধ মৌলিক কণিকা। জেমছ চেডউইক নামৰ ইংৰাজ পদার্থবিদ এজনে নিউট্রন আৱিষ্কাৰ কৰিছিল।