দেশৰ শিক্ষাব্য়ৱস্থাৰ পটভূমি পৰিবৰ্তন কৰিবলৈ কিমান চনত প্ৰথমখন জাতীয় শিক্ষা আঁচনিৰ পৰিকল্পনা কৰা হয়?

উত্তৰঃ দেশৰ শিক্ষাব্য়ৱস্থাৰ পটভূমি পৰিবৰ্তন কৰিবলৈ ১৯৬৮ চনত প্ৰথমখন জাতীয় শিক্ষা আঁচনিৰ পৰিকল্পনা কৰা হয়।