দণ্ড চুম্বকৰ কোন অংশত আকৰ্ষণ ক্ষমতা নাই?

উত্তৰঃ দণ্ড চুম্বকৰ মাজৰ অংশত আকৰ্ষণ ক্ষমতা নাই।