থাইৰক্সিনৰ অভাৱৰ হেতু শিশুৰ কি ৰোগ হ’ব পাৰে?

উত্তৰঃ থাইৰক্সিনৰ অভাৱৰ হেতু শিশুৰ ক্ৰিটিনিজম ৰোগ হ’ব পাৰে।