ছেফটি গ্লাছকি?

উত্তৰঃ দুখন গ্লাছৰ মাজত এখন প্লাষ্টিক ছিট দিয়া হয়। তাৰ পিছত তাপ দি তিনিওখন একেলগে কৰি লগ লগোৱা হয়। এনেদৰে ছেফটি গ্লাছ প্ৰস্তত কৰা হয়। যদি কতিয়াবা গাড়ীৰ দুৰ্ঘটনা হয় তেতিয়া গ্লাছখন ফাঠি যায় কিন্তু ভাঙি টুকুৰা হৈ ওলাই নপৰে।