চৈয়াৰ আব্দুল মালিকৰ জন্ম ক’ত হৈছিল ?

চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনৰ ১৫ জানুৱাৰীত হয়। গোলাঘাট জিলাৰ নাহৰণিত জন্ম গ্ৰহণ হৈছিল ।