গণিত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ অৰ্থ হৈছে শিক্ষাৰ্থীসকলক গণিতৰ শিক্ষণৰ প্ৰয়োজনীয়তা কি কৰাত সহায় কৰা?

উত্তৰঃ গণিত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ অৰ্থ হৈছে শিক্ষাৰ্থীসকলক গণিতৰ শিক্ষণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰাত সহায় কৰা