গণিত শিক্ষণত পুথিগত আৰু কি পদ্ধতি ত্যাগ কৰিব লাগে?

উত্তৰঃ গণিত শিক্ষণত পুথিগত আৰু যান্ত্ৰিক পদ্ধতি ত্য়াগ কৰিব লাগে।