কোনবিধ প্ৰাণীৰ দৃষ্টশক্তি প্ৰখৰ?

উত্তৰঃ জীৱ জগতত চৰাই জাতীৰ দৃষ্টিশক্তি আটাইতকৈ প্ৰখৰ। কাৰণ চৰাইৰ চকুত কেমেৰাৰ ডায়াফ্ৰামৰ দৰে সৰু-ডাঙৰ কৰিব পৰা একোটা লশকত আঙঠি আছে, যাৰ দ্বাৰা দৃষ্টিক কেন্দ্ৰীভূত কৰিব পাৰি। ইগল, ফেঁচা, শগুণ আদিয়ে সেইকাৰণে বহু দূৰৰ পৰা দেখা পায়।